An-Nas

الناس

Mankind6 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ﴿١

1কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ

مَلِكِ ٱلنَّاسِ﴿٢

2মানুহৰ অধিপতিৰ,

إِلَٰهِ ٱلنَّاسِ﴿٣

3মানুহৰ ইলাহৰ ওচৰত,

مِن شَرِّ ٱلۡوَسۡوَاسِ ٱلۡخَنَّاسِ﴿٤

4আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,

ٱلَّذِي يُوَسۡوِسُ فِي صُدُورِ ٱلنَّاسِ﴿٥

5যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,

مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ﴿٦

6জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।

RELATED SURAHS