Al-Falaq

الفلق

The Daybreak5 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ﴿١

1কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।

مِن شَرِّ مَا خَلَقَ﴿٢

2তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,

وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ﴿٣

3আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,

وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِي ٱلۡعُقَدِ﴿٤

4আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,

وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ﴿٥

5আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।

RELATED SURAHS