Al-Ikhlas

الإخلاص

The Sincerity4 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

قُلۡ هُوَ ٱللَّهُ أَحَدٌ﴿١

1কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,

ٱللَّهُ ٱلصَّمَدُ﴿٢

2আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)

لَمۡ يَلِدۡ وَلَمۡ يُولَدۡ﴿٣

3তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,

وَلَمۡ يَكُن لَّهُۥ كُفُوًا أَحَدُۢ﴿٤

4আৰু তেওঁৰ সমতুল্য কোনো নাই’।

RELATED SURAHS