Al-Kawthar

الكوثر

The Abundance3 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

إِنَّآ أَعۡطَيۡنَٰكَ ٱلۡكَوۡثَرَ﴿١

1নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।

فَصَلِّ لِرَبِّكَ وَٱنۡحَرۡ﴿٢

2এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।

إِنَّ شَانِئَكَ هُوَ ٱلۡأَبۡتَرُ﴿٣

3নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।

RELATED SURAHS