Ash-Sharh

الشرح

The Relief8 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

أَلَمۡ نَشۡرَحۡ لَكَ صَدۡرَكَ﴿١

1আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?

وَوَضَعۡنَا عَنكَ وِزۡرَكَ﴿٢

2আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?

ٱلَّذِيٓ أَنقَضَ ظَهۡرَكَ﴿٣

3যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,

وَرَفَعۡنَا لَكَ ذِكۡرَكَ﴿٤

4আৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ।

فَإِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرًا﴿٥

5এতেকে দুখৰ লগতেই আছে সুখ

إِنَّ مَعَ ٱلۡعُسۡرِ يُسۡرٗا﴿٦

6নিশ্চয় দুখৰ লগতেই আছে সুখ।

فَإِذَا فَرَغۡتَ فَٱنصَبۡ﴿٧

7এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।

وَإِلَىٰ رَبِّكَ فَٱرۡغَب﴿٨

8আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।

RELATED SURAHS